April 29, 2026

ভাৰতৰ ৰাইছিনা হল দখল কৰিলে নৱ নিৰ্বাচিত প্ৰথম গৰাকী মহিলা জনজাতীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে।

Read Time:50 Second

ৰাষ্ট্ৰীয় তথা ভাৰতৰ ৰাইছিনা হল দখল কৰিলে নৱ নিৰ্বাচিত প্ৰথম গৰাকী জনজাতীয় মহিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে । উল্লেখ যে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনকলৈ দেশৰ প্ৰতিটো ৰাজ্য আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ আকৰ্ষণ ,বিতৰ্কিত আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।অৱশেষত আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনাৰ অন্তত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে মুখ্য নিৰ্বাচনী আয়ুক্তই ঘোষণা কৰে বুলি বাতৰিটোত প্ৰকাশ।

বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

Previous post बिहार प्रदेश जीविका कैडर संघ द्वारा विभिन्न मांगों को लेकर प्रखंड स्तरीय बैठक का किया आयोजन
Next post सोनिया गांधी से ईडी की पूछताछ पर कटिहार में भी कांग्रेस का आक्रोश प्रदर्शन
Wordpress Social Share Plugin powered by Ultimatelysocial