বিটিএডি ৰ কোকৰাঝাৰত হিন্দু যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় লাচিত দিৱস পালন।
বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
হিন্দু যুৱ পৰিষদ অসম চমুকৈ “হাইপা” ৰ কেন্দ্ৰীয় সমিতিয়ে নামনী অসম তথা বিটিএডি এলেকাৰ কোকৰাঝাৰ জিলাৰ উদ্যোগত আজি কোকৰাঝাৰ জিলা সদৰ চহৰত অৱস্থিত প্ৰগতি ভৱনত কেন্দ্ৰীয় ভাবে বীৰ লাচিত দিৱস পালন কৰে।প্ৰাপ্ত তথ্য মতে হিন্দু যুৱ পৰিষদ অসমে ২৩ আৰু ২৪ নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা বিভিন্ন কাৰ্যসূচীৰে আজি ৰাতিপুৱা পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতি প্ৰতিষ্ঠাপক সভাপতি পল্লৱ গগৈয়ে ।তাৰ পিছত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ মুকলি কৰে হাইপা ৰ কেন্দ্ৰীয় উপদেষ্টা বিশ্বজিৎ পাটৰ আৰু বিজেপিৰ প্ৰাক্তন জিলা সভাপতি সন্তোষ তৰপদদাৰ আদিয়ে।ইয়াৰ পিছতেই অনুষ্ঠিত হয় কেন্দ্ৰীয় সভাপতি পল্লৱ গগৈৰ সঞ্চালনাত এক বৃহৎ ৰাজহুৱা সভা ।উক্ত সভাত বড়োলেণ্ড সাংবাদিক সন্থাৰ উপদেষ্টা তথা আসাম ফকাছ ৰ পৰিচালন সঞ্চালক নৱ কুমাৰ ডেকা ,অসম সংস্কৃতি মহাসভাৰ আহ্বায়ক পৱিত্ৰ শৰ্মা,প্লাৱিক প্ৰেছৰ কাৰ্য্যবাহী সম্পাদক মনোজ কুমাৰ গগৈ,নাজিৰা মহাবিদ্যালয়ৰ প্ৰবক্তা ডঃ জীৱন কলিতা,সাংস্কৃতিক কৰ্মী দিলীপ পাল,সমাজকর্মী নেৰ্ছন বসুমতাৰী আদিয়ে বীৰ লাচিত বৰফুকনৰ জন্মৰ লগতে তেওঁ কাম-কাজৰ ওপৰত বিশদ বিৱৰণ দাঙি ধৰি ভাষণ দিয়ে।ইয়াৰ পূৰ্বে যোৱাকালি পতাকা উত্তোলন কৰে দ্বীপজ্যোতি দুৱৰা কেন্দ্ৰীয় সাধাৰণ সম্পাদকে।আৰু কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক আৰু জিলা কাৰ্য্যনিৰ্বাহক অনুষ্ঠিত হয় বুলি বাতৰিটোত প্ৰকাশ।
More Stories
मनिहारी गंगा में नाव हादसा टला, 12 लोगों को सुरक्षित निकाला गया, एक मासूम बच्ची के लापता होने की आशंका, तलाश जारी
मनिहारी (रतन कुमार ओझा) बुधवार की देर शाम मनिहारी गंगा घाट से नाव पर सवार होकर बच्चे, महिलाएं एवं पुरुष...
मनिहारी थाना में मुहर्रम को लेकर शांति समिति की बैठक, डीजे पर रहेगा प्रतिबंध
मनिहारी (रतन कुमार ओझा) आगामी मुहर्रम पर्व को शांतिपूर्ण एवं सौहार्दपूर्ण वातावरण में संपन्न कराने को लेकर मनिहारी थाना परिसर...
रेन कट से बड़ी नहर का किनारा ध्वस्त, आवागमन बाधित, ग्रामीणों ने की शीघ्र मरम्मत की मांग
(डेस्क| हसनगंज) हसनगंज प्रखंड के जगरनाथपुर पंचायत अंतर्गत मननपुर गांव के समीप स्थित बड़ी नहर का एक हिस्सा लगातार हुई...
मनिहारी पुलिस की कार्रवाई: बाघमारा घाट में 135 लीटर देसी शराब बरामद, एक तस्कर गिरफ्तार।
मनिहारी (रतन कुमार ओझा) गुप्त सूचना के आधार पर मनिहारी पुलिस ने थाना क्षेत्र के बाघमारा घाट से बौलिया की...
मनिहारी अस्पताल में लापरवाही: 16 महीने के बच्चे को एक्सपायरी पोलियो ड्रॉप पिलाने का आरोप, परिजनों ने किया हंगामा।
मनिहारी (रतन कुमार ओझा) मनिहारी अनुमंडल अस्पताल में स्वास्थ्य विभाग की बड़ी लापरवाही सामने आई है। 16 महीने के मासूम...
हथियार के साथ रील बनाना पड़ा महंगा, तीन युवक गिरफ्तार, महिला फरार
कुर्सला (राजशेखर जयसवाल) कुरसेला थाना क्षेत्र में अवैध हथियार के साथ रील बनाकर सोशल मीडिया पर वायरल करना तीन युवकों...
