April 30, 2026

গোসাঁইগাঁও ত মুখ্যমন্ত্ৰী গোসাঁইগাঁও মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সফল সামৰণি।

Read Time:1 Minute, 13 Second

বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস

আজি নামনী অসম তথা বিটিএডি এলেকাৰ বাবে শুভদিন। কাৰণ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী আজি কোকৰাঝাৰ জিলা পৰিদৰ্শন কৰে।প্ৰথমে আজি ৰাতিপুৱা ১০ বজাত গুৱাহাটীৰ পৰা উপস্থিত হয় বিটিএডি এলেকাৰ ৰাজধানী কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠানত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ।সোণালী জয়ন্তী অনুষ্ঠানৰ মুকলি সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ ছাত্ৰী আৰু প্ৰবক্তা সকলক বিশেষ পৰামৰ্শ আগবঢ়ায় ।সভাত মন্ত্ৰী উৰখাওঁ গোড়া ব্ৰহ্ম কেইবাজনো ই এম আদি উপস্থিত থাকে।ইয়াৰ আগতে ৰাতিপুৱা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে বুলি বাতৰিটোত প্ৰকাশ।

Previous post कटिहार सांसद ने ट्राईबल आयोग के नवनियुक्त चेयरमैन को किया सम्मानित ।
Next post रोटरी क्लब ऑफ कानपुर शौर्य द्वारा श्री महावीर विकलांग सहायता समिति निशुल्क कृत्रिम अंगों का वितरण
Wordpress Social Share Plugin powered by Ultimatelysocial