নামনী তথা অবিভক্ত গোৱালপাৰা জিলাৰ কে.এ.চি. প্ৰধান গকুল বর্মনক কে.এল.অ ৰ ভাবুকি :২৪ ঘন্টাত ক্ষমা নুখুজিলে প্ৰস্তাৱিত গ্ৰেটাৰ কমতাপুৰ ৰাজ্যৰ পৰা খেদি পঠিয়াব কে.এল.অ ই : হঠাতে কে.এ.চি অচলাবস্থাত তীব্ৰ প্ৰতিক্ৰিয়া আৰু সৃষ্টি হৈছে চাঞ্চল্য: কেন্দ্ৰীয় গৃহ মন্ত্রণালয় আৰু অসম চৰকাৰ পৰ্যবেক্ষণত ।
বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
কেন্দ্ৰীয় চৰকাৰে অচিৰেই গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য তথা গ্ৰেটাৰ কমতাপুৰ ৰাজ্য গঠনৰ প্ৰাকক্ষণত কমতাপুৰ লিবাৰেচন অফ অৰ্গনাইজেচন চমুকৈ কে.এল.অ ই জাতিগত মন্তব্যৰ বিষয়ক লৈ অমত সৃষ্টি কৰি চৰম ভাবুকি প্ৰদান কৰিছে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ চমুকৈ ক.এ.চি প্ৰধান গকুল বর্মনক!উল্লেখ যে কে.এ.চি ৰ প্ৰধান বৰ্মনে এখন ৰাজহুৱা সভা ত প্ৰদান কৰা ভাষণৰ মন্তব্যক লৈ অতিকে ক্ষুব্ধ হৈ পৰে কে.এল.অ ৰ জে .এইচ কিউ. ৰ এক আদালতত ! ইয়াৰ পিছতেই কে.এল.অ ৰ সাধাৰণ পৰিষদে কে.এ.চি প্ৰধান গকুল বর্মনক ২৪ঘণ্টাৰ সময় সীমা বান্ধি দিছে জনগোষ্ঠীটোৰ আগত মুকলি ক্ষমা বিচাৰিবলৈ । অন্যথা অসম-বংগ ৰাজ্যৰ প্ৰস্তাৱিত কমতাপুৰ ৰাজ্যৰ পৰা খেদি পঠিয়াব। আৰু কে.এ.চি ৰ পৰা বহিস্কাৰ কৰিবলৈ দাবী উত্থাপিত হৈছে।এইলৈ এতিয়া নামনী অসমৰ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত অৱস্থিত কে.এ.চি ৰ সচিবালয়ত অচলাৱস্থা বিৰাজ কৰিছে ।উক্ত বিষয়টো লৈ এতিয়া অসম-পশ্চিমবংগ ৰাজ্যৰ সাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।ইফালে কে.এ.চি ৰ প্ৰধান গকুল বর্মনক কে.এল.অ ৰ বৈদেশিক সচিব তথা মেজৰ কোঁচ পাভেলে দিয়া ভাবুকিৰ এক ভিডিও বাৰ্তা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰি কি প্ৰকাশ কৰিছে শুনক।
More Stories
समेली प्रखंड मुख्यालय के समीप अनियंत्रित पिकअप पलटी, चालक बाल-बाल बचा
कुर्सेला (राजशेखर जयसवाल) कुरसेला थाना क्षेत्र अंतर्गत समेली प्रखंड मुख्यालय के समीप बुधवार की अहले सुबह एक अनियंत्रित पिकअप वाहन...
घर के आगे से ट्रैक्टर व डाला चोरी, पीड़ित ने पुलिस से लगाई गुहार
कुर्सेला (राजशेखर जयसवाल) कुरसेला थाना क्षेत्र के नगर पंचायत निवासी किसान बिपिन मंडल के घर के आगे से देर रात...
बरारी में सांसद प्रतिनिधि का दौरा,स्वास्थ्य केंद्र की व्यवस्थाएं परखी, गंगा घाट कटावरोधी कार्य में तेजी के दिए निर्देश
(डेस्क|बारसोई) रविवार को सांसद प्रतिनिधि सुनील कुमार यादव ने बरारी विधानसभा क्षेत्र के विभिन्न इलाकों का दौरा कर जनसुविधाओं और...
शराबबंदी मामले का फरार आरोपी राजा सिंह गिरफ्तार, न्यायिक हिरासत में भेजा गया।
मनिहारी (रतन कुमार ओझा) कटिहार जिले के मनिहारी थाना क्षेत्र में थानाध्यक्ष सुजीत कुमार झा के निर्देश पर पुलिस ने...
मौसम की बाधा के बावजूद नाव से गोबराही दियारा पहुंची मेडिकल टीम, टीकाकरण व स्वास्थ्य जांच सम्पन्न
कुर्सेला (राजशेखर जयसवाल) कुर्सेला प्रखंड क्षेत्र के सुदूरवर्ती गोबराही दियारा में सोमवार को स्वास्थ्य विभाग की टीम ने खराब मौसम...
जीविका दीदियों द्वारा स्व-जनगणना अभियान को तेज़ी से आगे बढ़ाया जा रहा है।
(डेस्क|बारसोई) बरसोई प्रखंड के विभिन्न पंचायतों में विशेष जागरूकता अभियान चलाया गया। इस अभियान का उद्देश्य अधिक से अधिक परिवारों...
