April 29, 2026

আক্ৰাছু আৰু ছয় জনগোষ্ঠীৰ নেতাসকল এতিয়া শাসকীয় চৰকাৰৰ পকেটত :বিশ্বজিৎ ৰায়।

Read Time:59 Second

ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

নামনি অসম তথা বিটিএডি (বিটিআৰ) এলেকাৰ বাক্সা জিলাৰ চৌৰাগুৰিত অনুষ্ঠিত হোৱা এক বিহু অৰ্থাৎ বিষুয়া অনুষ্ঠানত আমন্ত্ৰিত হৈ উপস্থিত হোৱাৰ পিছত আক্ৰাছু ৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি তথা বৰ্তমানৰ কোচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে তেওঁৰ স্বভাৱ সুলভ ভাৱে কেইটিমান গীত মঞ্চত পৰিবেশন কৰিবলগীয়া হোৱাৰ লগতে তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আক্ৰাছু আৰু ছয় জনগোষ্ঠীৰ নেতা সকলৰ বিৰুদ্ধে অতি বিতৰ্কিত মন্তব্য কৰিছে। আহকচোন শুনো তেওঁৰ গীত আৰু মন্তব্যত কি কৈছে ।

Previous post वोकेशनल के छात्र-छात्राओ का जीवन बर्बाद कर रहे मगध विश्वविद्यालय के पदाधिकारी:- अभाविप
Next post पूर्णिया पर्यवेक्षण गृह से गार्ड को चकमा देकर भाग्य 10 बाल कैदी कटिहार पुलिस अभिरक्षा में भेजे गए जेल
Wordpress Social Share Plugin powered by Ultimatelysocial