শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় গুৰু জয়ন্তী আৰু নাট সমাৰোহৰ অৰ্থে সমগ্ৰ বঙাইগাঁও জিলাত জাগৰণ সভা ।
বঙাইগাঁও ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া আগন্তুক কেন্দ্ৰীয় শংকৰদেৱৰ জন্ম জয়ন্তী উৎসৱ আৰু কেন্দ্ৰীয় নাট সমাৰোহ ভাগি অনুষ্ঠিত কৰাৰ আলোম লৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে । জানিব পৰা মতে অহা ১৫ আৰু ১৬ অক্টোবৰত অনুষ্ঠিত হবলগীয়া উক্ত কেন্দ্ৰীয় গুৰু জয়ন্তী আৰু নাট সমাৰোহৰ বাবে ইতিমধ্যে বঙাইগাঁও জিলা শাখাৰ ব্যাপক প্ৰস্তুতিয়েই নহয় আৰম্ভ কৰিছে ব্যাপক জাগৰণ সভা।সেয়েহে আজি বঙাইগাঁও জিলা সদৰ চহৰত অৱস্থিত বৰপাৰা ভাটিপাৰা ৺অনিল পাঠক প্ৰাথমিকৰ নামঘৰ প্ৰাঙ্গনত জিলা সভাপতি অতুল চন্দ্ৰ দাস বাপৰ সঞ্চালনাত দ্বিতীয়টো এক বৃহৎ জাগৰণ সভা অনুষ্ঠিত হয়। আৰু জিলা উপ-সভাপতি অনিল ৰায় বাপৰ পৰিচালনাত এফাঁকি ঘোষা প্ৰাৰ্থনাৰে আৰম্ভ হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক অজিত চৌধুৰী বাপে।সভাত কেইবাটাও সিদ্ধান্ত গৃহীত হয়। আৰু বঙাইগাঁও আঞ্চলিকৰ মুঠ ১৫খন প্ৰাথমিকৰ শাখাৰ পৰা পাঁচ শতাধিক ভকত-বাপ-বান্ধৱ,আই-মাতৃ উপস্থিত থকা সভাখনত জিলা উপদেষ্টা ক্ৰমে ৰবীন্দ্ৰ নাথ দাস আৰু অমৰেন্দ্ৰ দাস,জিলা উপ সভাপতি অনিল ৰায়; প্ৰহ্লাদ সিংহ,সুজন ৰায় বাপ সমস্ত আদিয়ে উপস্থিত থাকি সাৰুৱা ভাষণ দিয়ে।ইয়াৰ পূৰ্বে সৃজনগ্ৰাম আঞ্চলিক শাখাত এনে জাগৰণ সভা অনুষ্ঠিত হোৱাৰ বিপৰীতে এইবাৰ অভয়াপুৰী আঞ্চলিক শাখাত এই জাগৰণ সভা অনুষ্ঠিত হোৱা কথা বুলি বাটৰিটোত প্ৰকাশ।
More Stories
नवपदस्थापित अवर निबंधक ने ग्रहण किया पदभार
मनिहारी (रतन कुमार ओझा) मनिहारी निबंधन कार्यालय में शुक्रवार को नवपदस्थापित अवर निबंधक अजीत कुमार सिंह ने पदभार ग्रहण किया।...
मनिहारी में सांसद निधि से हाईमास्ट लाइट का उद्घाटन
मनिहारी (रतन कुमार ओझा) मनिहारी नगर पंचायत के वार्ड संख्या 14 में थाना के सामने चौहट्टी रास्ते के पास सार्वजनिक...
देशभक्ति के रंग में रंगा मनिहारी, 80वें स्वतंत्रता दिवस पर शान से लहराया तिरंगा
मनिहारी (रतन कुमार ओझा) 80वें स्वतंत्रता दिवस के अवसर पर शनिवार को पूरे मनिहारी अनुमंडल क्षेत्र में राष्ट्रभक्ति का माहौल...
सागर पब्लिक स्कूल में 15 अगस्त समारोह, विधायक संगीता देवी ने बच्चों के अनुशासन की जमकर की सराहना
(मो0 सनाउल्लाह | बारसोई ) बारसोई प्रखंड अंतर्गत काजीटोला स्थित सागर पब्लिक स्कूल में 15 अगस्त के शुभ अवसर पर...
भवानीपुर में पंचायत सरकार भवन की प्रस्तावित भूमि पर ग्राम सभा की मुहर
बारसोई (डेस्क) बारसोई प्रखंड अंतर्गत ग्राम पंचायत राज भवानीपुर में पंचायत सरकार भवन के निर्माण को लेकर लंबे समय से...
मखाना उत्पादों से किसानों की बढ़ेगी आमदनी।
मनिहारी (रतन कुमार ओझा) कटिहार जिले में मखाना उत्पादन के साथ मूल्य संवर्धन को बढ़ावा देने की आत्मा की पहल...
