শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় গুৰু জয়ন্তী আৰু নাট সমাৰোহৰ অৰ্থে সমগ্ৰ বঙাইগাঁও জিলাত জাগৰণ সভা ।
বঙাইগাঁও ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া আগন্তুক কেন্দ্ৰীয় শংকৰদেৱৰ জন্ম জয়ন্তী উৎসৱ আৰু কেন্দ্ৰীয় নাট সমাৰোহ ভাগি অনুষ্ঠিত কৰাৰ আলোম লৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে । জানিব পৰা মতে অহা ১৫ আৰু ১৬ অক্টোবৰত অনুষ্ঠিত হবলগীয়া উক্ত কেন্দ্ৰীয় গুৰু জয়ন্তী আৰু নাট সমাৰোহৰ বাবে ইতিমধ্যে বঙাইগাঁও জিলা শাখাৰ ব্যাপক প্ৰস্তুতিয়েই নহয় আৰম্ভ কৰিছে ব্যাপক জাগৰণ সভা।সেয়েহে আজি বঙাইগাঁও জিলা সদৰ চহৰত অৱস্থিত বৰপাৰা ভাটিপাৰা ৺অনিল পাঠক প্ৰাথমিকৰ নামঘৰ প্ৰাঙ্গনত জিলা সভাপতি অতুল চন্দ্ৰ দাস বাপৰ সঞ্চালনাত দ্বিতীয়টো এক বৃহৎ জাগৰণ সভা অনুষ্ঠিত হয়। আৰু জিলা উপ-সভাপতি অনিল ৰায় বাপৰ পৰিচালনাত এফাঁকি ঘোষা প্ৰাৰ্থনাৰে আৰম্ভ হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক অজিত চৌধুৰী বাপে।সভাত কেইবাটাও সিদ্ধান্ত গৃহীত হয়। আৰু বঙাইগাঁও আঞ্চলিকৰ মুঠ ১৫খন প্ৰাথমিকৰ শাখাৰ পৰা পাঁচ শতাধিক ভকত-বাপ-বান্ধৱ,আই-মাতৃ উপস্থিত থকা সভাখনত জিলা উপদেষ্টা ক্ৰমে ৰবীন্দ্ৰ নাথ দাস আৰু অমৰেন্দ্ৰ দাস,জিলা উপ সভাপতি অনিল ৰায়; প্ৰহ্লাদ সিংহ,সুজন ৰায় বাপ সমস্ত আদিয়ে উপস্থিত থাকি সাৰুৱা ভাষণ দিয়ে।ইয়াৰ পূৰ্বে সৃজনগ্ৰাম আঞ্চলিক শাখাত এনে জাগৰণ সভা অনুষ্ঠিত হোৱাৰ বিপৰীতে এইবাৰ অভয়াপুৰী আঞ্চলিক শাখাত এই জাগৰণ সভা অনুষ্ঠিত হোৱা কথা বুলি বাটৰিটোত প্ৰকাশ।
More Stories
कटिहार में 262 वाहनों का चालान, 10 लाख रुपये से अधिक जुर्माना
रतन कुमार ओझा (मनिहारी) कटिहार जिले में सड़क सुरक्षा को लेकर परिवहन विभाग का विशेष वाहन जांच अभियान जारी है।...
बारसोई-स्टेशन सड़क का विधायक संगीता देवी ने किया निरीक्षण, जल्द मरम्मत का दिया निर्देश
मो0 सनाउल्लाह| (बारसोई) बारसोई प्रखंड अंतर्गत बारसोई बाजार से रेलवे स्टेशन तक जाने वाली मुख्य सड़क की जर्जर स्थिति को...
फलका में 2.20 किलो गांजा के साथ तस्कर गिरफ्तार, नकदी भी बरामद।
मो0 काजु (फलका) फलका थाना क्षेत्र के निसुंद्रा बंगाली टोला में पुलिस ने नशे के कारोबार के खिलाफ कार्रवाई करते...
आबादपुर की राजस्व कचहरी खंडहर में तब्दील, जीर्णोद्धार की मांग तेज
हसन रजा (आबादपुर) बारसोई प्रखंड के आबादपुर थाना के समीप स्थित प्राचीन राजस्व कचहरी भवन आज जर्जर होकर खंडहर में...
दुर्गापूजा को लेकर शांति समिति की बैठक, सीसीटीवी लगाने पर जोर।
रतन कुमार ओझा (मनिहारी) दुर्गापूजा शांतिपूर्ण एवं सौहार्दपूर्ण वातावरण में संपन्न कराने को लेकर मनिहारी थाना परिसर में शांति समिति...
हटिया घाट पर गंगा में डूबने से 24 वर्षीय युवक की मौत
रतन कुमार ओझा (मनिहारी) मनिहारी के हटिया घाट पर गंगा नदी में डूबने से आशु चौधरी (24) की मौत हो...
