April 30, 2026

উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ ৰাজনৈতিক অর্থনৈতিক ভাৱে যুগ যুগ ধৰি আজিও চলি আহিছে ৭৫ বছৰীয়া একে নীতিত: ছিণ্ডিকেট ৰাজত ফুলিছে জন প্ৰতিনিধি, আমোলা -বিষয়া আৰু নেতা -পালিনেতা

Read Time:1 Minute, 26 Second

প্ৰফুল্ল কুমাৰ দাস ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও।

সমগ্ৰ বিশ্বজুৰি ৰজন জনাই থকা প্ৰথমটো গণতান্ত্ৰিক দেশ অৰ্থাৎ ভাৰতীয় চৰকাৰ লবীয়ে কেনেকৈ চলাইছে চৰকাৰ তথা দেশ ! মানে ,”অৰ্থনৈতিক স্বাৱলম্বীতা অবিহনে কোনো সংগ্ৰাম নচলে”। চৰকাৰ এখন চলিব লাগিলে ধন লাগিবই । তাৰ মানে যুগ যুগ ধৰি চলি অহা সেই নীতিত আজিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মিত্ৰজত চৰকাৰ খনে ইয়াৰ সমভাবাপন্ন ৰাজ্য চৰকাৰ সমূহে স্বাধীনতাৰ ৭৫ বৰ্ষ জয়ন্তীতো উত্তৰ পূৰ্বাঞ্চলত লুন্ঠন ৰাজ চলাই আহিছে নেকি? যত উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ চাহ,তেল,কাঠ,তামোল,কঁঠাল,কয়লা ইত্যাদি । এইবোৰৰ পৰা আমাৰ অসম উন্নয়নৰ নামত পায় কিমান ধন? নে ছিণ্ডিকেট ৰ নামত চলিছে লুণ্ঠন ৰাজ? এই ধাৰণা প্ৰকাশ কৰিলে আজি সদৌ অসম নাগৰিক মঞ্চ অসমে । আহক হে মোৰ জনগণ উক্ত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে আজি অনুষ্ঠিত কৰা এক সংবাদমেলত কি কয় শুনো আহক.।

Previous post डीएम के निर्देश पर नपं स्थित शहरी नल जल योजना का एसडीओ ने किया निरीक्षण, दिया निर्देश।
Next post MLC चुनाव : मतगणना के लिए लगेंगे आठ टेबल, 12 अप्रैल को शाम चार बजे आएगा परिणाम
Wordpress Social Share Plugin powered by Ultimatelysocial