নামনি অসমৰ মুছলিম এলেকাধীন অঞ্চল মানকাছাৰ জিলাত শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ ৰূপালী জয়ন্তী উৎসৱ পালন লোকে লোকাৰণ্য।
বঙাইগাঁও ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
অসম বাংলাদেশ সীমান্তৱৰ্তী এলেকাত এসময়ত শ্ৰীমন্ত শংকৰদেৱৰ শুভাকাংশী এক মনীষীয়ে কেতবোৰ বিভিন্ন চিন্তা চৰ্চা গ্ৰহণ কৰিয়েই মুছলিম এলেকাধীন অঞ্চল তথা মানকাছাৰৰ মুষ্টিমেয় কেইজনমান হিন্দু পৰিয়ালক লৈ স্থাপন কৰা শ্ৰীমন্ত শংকৰদেৱ নামঘৰত এতিয়া ৰূপালী জয়ন্তী উৎসৱ পালন কৰা বিষয়টোৱে সমগ্ৰ অসমবাসীক বাৰুকৈয়ে আন এক শুভ বাৰ্তা আৰু আনন্দৰ জোৱাৰ তুলিছে । মুলতঃ দুখন ৰাষ্ট্ৰৰ সীমান্তৱৰ্তী এলেকা আৰু ব্ৰহ্মপুত্ৰ নৈৰ অন্তিমস্থল লগতে সাগৰৰ পাৰ তথা সাম্প্ৰতিক অসম চৰকাৰে ঘোষণা কৰা মানকাছাৰ জিলাত আজি শ্ৰীমন্ত শংকৰদেৱ নামঘৰ আৰু শংকৰী কলা সংস্কৃতি বিকাশ কেন্দ্ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান পালিত হয়। প্রাপ্ত বাতৰিমতে নামনি অসমৰ মানকাছাৰ জিলা সদৰ চহৰত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰত আজি অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানৰ বিভিন্ন জনগোষ্টীৰ সংস্কৃতিক তথ্যমূলক এক সাংস্কৃতিক সভাযাত্ৰা বাহিৰ কৰে । আৰু ইয়াৰ পিছতেই অনুষ্ঠিত হোৱা এক মুকলি সভাত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু অসামৰিক খাদ্য যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে অংশগ্ৰহণ কৰাৰ লগতে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ জাবেদ ইছলাম , মানকাছাৰৰ বিধায়ক আমিনুল ইছলাম,জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক আদিয়ে উপস্থিত থাকি বিভিন্ন সাৰুৱা ভাষণ আগবঢ়াই বুলি বাতৰিটোত প্ৰকাশ।
More Stories
अपहरण मामले में आरोपी नवाबगंज से गिरफ्तार, न्यायिक हिरासत में भेजा गया।
मनिहारी (रतन कुमार ओझा) मनिहारी थाना कांड संख्या 95/24, दिनांक 03 मई 2024, धारा 363/366(ए) आईपीसी के तहत दर्ज अपहरण...
झमाझम बारिश से मक्का को नुकसान, मखाना किसानों को राहत
(डेस्क|हसनगंज) हसनगंज प्रखंड क्षेत्र में शुक्रवार रात हुई झमाझम बारिश ने किसानों की चिंता बढ़ा दी है। इलाके में बड़े...
सेवानिवृत्त बिहार पुलिस दफादार के सम्मान में विदाई समारोह का हुआ आयोजन
(डेस्क|हसनगंज) हसनगंज थाना प्रांगण में सेवानिवृत बिहार पुलिस दफादार मो मोजिम आलम के सम्मान में विदाई समारोह का आयोजन किया...
विद्यालय परिसर में जल जमाव से बड़ी परेशानी
(डेस्क|हसनगंज) हसनगंज प्रखंड के आदर्श मध्य विद्यालय परिसर में मनरेगा योजना के तहत बनाए गए खेल मैदान में पहली ही...
चोरी किया गया ट्रैक्टर-ट्रॉली झारखंड से बरामद
कुर्सेला (राजशेखर जयसवाल) कुरसेला पुलिस ने कार्रवाई करते हुए सीसीटीवी फुटेज के आधार पर 29 अप्रैल को चोरी हुए ट्रैक्टर-ट्रॉली...
आदिवासी पहचान रखने वाले सैफ अली खान कांग्रेस में शामिल।
मनिहारी (रतन कुमार ओझा) आदिवासी पहचान के साथ राजनीति मेँ चर्चा मेँ आये फारबिसगंज निवासी और 2025 के विधानसभा चुनाव...
