নামনি অসমৰ মুছলিম এলেকাধীন অঞ্চল মানকাছাৰ জিলাত শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ ৰূপালী জয়ন্তী উৎসৱ পালন লোকে লোকাৰণ্য।
বঙাইগাঁও ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
অসম বাংলাদেশ সীমান্তৱৰ্তী এলেকাত এসময়ত শ্ৰীমন্ত শংকৰদেৱৰ শুভাকাংশী এক মনীষীয়ে কেতবোৰ বিভিন্ন চিন্তা চৰ্চা গ্ৰহণ কৰিয়েই মুছলিম এলেকাধীন অঞ্চল তথা মানকাছাৰৰ মুষ্টিমেয় কেইজনমান হিন্দু পৰিয়ালক লৈ স্থাপন কৰা শ্ৰীমন্ত শংকৰদেৱ নামঘৰত এতিয়া ৰূপালী জয়ন্তী উৎসৱ পালন কৰা বিষয়টোৱে সমগ্ৰ অসমবাসীক বাৰুকৈয়ে আন এক শুভ বাৰ্তা আৰু আনন্দৰ জোৱাৰ তুলিছে । মুলতঃ দুখন ৰাষ্ট্ৰৰ সীমান্তৱৰ্তী এলেকা আৰু ব্ৰহ্মপুত্ৰ নৈৰ অন্তিমস্থল লগতে সাগৰৰ পাৰ তথা সাম্প্ৰতিক অসম চৰকাৰে ঘোষণা কৰা মানকাছাৰ জিলাত আজি শ্ৰীমন্ত শংকৰদেৱ নামঘৰ আৰু শংকৰী কলা সংস্কৃতি বিকাশ কেন্দ্ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান পালিত হয়। প্রাপ্ত বাতৰিমতে নামনি অসমৰ মানকাছাৰ জিলা সদৰ চহৰত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰত আজি অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানৰ বিভিন্ন জনগোষ্টীৰ সংস্কৃতিক তথ্যমূলক এক সাংস্কৃতিক সভাযাত্ৰা বাহিৰ কৰে । আৰু ইয়াৰ পিছতেই অনুষ্ঠিত হোৱা এক মুকলি সভাত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু অসামৰিক খাদ্য যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে অংশগ্ৰহণ কৰাৰ লগতে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ জাবেদ ইছলাম , মানকাছাৰৰ বিধায়ক আমিনুল ইছলাম,জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক আদিয়ে উপস্থিত থাকি বিভিন্ন সাৰুৱা ভাষণ আগবঢ়াই বুলি বাতৰিটোত প্ৰকাশ।
More Stories
डीएम-एसपी ने गंगा तट पर लिया सुरक्षा व्यवस्था का जायजा, कृत्रिम तालाब में विसर्जन की अपील
रतन कुमार ओझा (मनिहारी) कटिहार के जिलाधिकारी आशुतोष द्विवेदी और पुलिस अधीक्षक परिचय कुमार मनिहारी गंगा तट पहुंचे और दुर्गा...
देसी कट्टा के साथ युवक गिरफ्तार, जेल।
मनिहारी (रतन कुमार ओझा) मनिहारी थाना पुलिस ने बुधवार को गुप्त सूचना के आधार पर कार्रवाई करते हुए कुमारीपुर पंचायत...
भैरयाही गांव में मुन्ना यादव की हत्या, गांव में पसरा मातम
मनिहारी (रतन कुमार ओझा) मनिहारी थाना क्षेत्र की केवाला पंचायत अंतर्गत भैरयाही गांव में मुन्ना यादव की हत्या का मामला...
बारसोई में हथियार दिखाकर लूट, पुलिस ने आरोपी को दबोचा; आईफोन और चाकू बरामद।
मनोरंजन साह (बारसोई) बारसोई थाना क्षेत्र में हथियार का भय दिखाकर लूटपाट के मामले में पुलिस ने त्वरित कार्रवाई करते...
31 साल बाद मां से मिला बिछड़ा बेटा, बंगाल में बना था अब्दुल जब्बार
मनिहारी (रतन कुमार ओझा) मनिहारी प्रखंड अंतर्गत कटाकोश निवासी पिंटू कुमार यादव उर्फ अब्दुल जब्बार 31 साल बाद अपनी मां...
आबादपुर पुलिस की बड़ी कार्रवाई 52.55 ग्राम स्मैक, दो देसी कट्टा और कारतूस के साथ एक गिरफ्तार
मनोरंजन साह (बारसोई) आबादपुर थाना पुलिस ने गुप्त सूचना पर बड़ी कार्रवाई करते हुए स्मैक तस्कर को गिरफ्तार किया है।...
