গুজৰাটৰ কংগ্ৰেছ(ই) বিধায়ক যিগনেশ মেওয়নিক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ বিৰুদ্ধে কোকৰাঝাৰ ত কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ প্ৰতিবাদী আন্দোলন :সমগ্ৰ ভাৰত আৰু অসমত হৈ পৰিছে ব্যাপক ৰাজনৈতিক গৰম বতাহ আৰু তীব্ৰ প্ৰতিক্ৰিয়া
বঙাইগাঁওৰ পৰা ষ্টাফ ৰিপৰ্টাৰ ,প্ৰফুল্ল কুমাৰ দাস।
বিজেপি মিত্ৰজত ৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এটা টুইট যোগে কৰা মন্তব্যৰ বিৰুদ্ধে অসম চৰকাৰ তথা বিটিএডি এলেকাৰ কোকৰাঝাৰ জিলা আৰক্ষীয়ে যোৱা কালি গুজৰাট ৰাজ্যৰ কংগ্ৰেছ(ই) বিধায়ক যিগনেশ মেওয়ানীক আটক কৰি অনাৰ পিছত আজি সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসম তথা বিটিএডি ৰ ৰাজধানী কোকৰাঝাৰ জিলাত জংগী প্ৰতিবাদী আন্দোলন গঢ়ি তোলাৰ উপৰি ৰাজনৈতিক ভাবে বতাহ গৰম কৰি তুলিছে। প্ৰাপ্ত বাটৰিমতে ৰাষ্ট্ৰীয় কংগ্ৰেছ(ই) সমিতি আৰু প্ৰদেশ কংগ্ৰেছ (ই) সমিতিৰ নিৰ্দেশত আজি কোকৰাঝাৰ জিলা কংগ্ৰেছ(ই) সমিতিৰ আহ্বানত কোকৰাঝাৰ জিলা সদৰ আৰক্ষী থানাৰ সন্মুখত এক প্ৰতিবাদী অৱস্থান ধৰ্ণা আন্দোলনৰ কাৰ্যসূচী পালন কৰে। আৰু উক্ত প্ৰতিবাদী আন্দোলনত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ,প্ৰদেশ কংগ্ৰেছ(ই) কাৰ্য্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন ছিকদাৰ ,প্ৰদেশ কংগ্ৰেছ(ই)ৰ সাধাৰণ সম্পাদক ক্ৰমে অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু জ্যোতিৰ্ময় বশ্যকে ধৰি জিলা কংগ্ৰেছৰ নেতৃবৃন্দ ই অংশ গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আৰু কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী ভাষণ আৰু মন্তব্য কৰি ৰাজনৈতিক ভাবে গৰম বতাহ সৃষ্টি কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে বুলি বাটৰিটোত প্ৰকাশ।
More Stories
विधान पार्षद एवं भुवन सहित पांच चुने गए चैम्बर कॉ- आप्सन
( कटिहार|डेस्क) नॉर्थ ईस्टर्न बिहार चैम्बर ऑफ कॉमर्स एंड इंडस्ट्रीज, कटिहार की नवनिर्वाचित कार्यकारिणी समिति के सदस्यों की हुई बैठक...
हत्या के प्रयास के दो आरोपी गिरफ्तार
कुर्सेला (राजशेखर जयसवाल) कुरसेला थाना पुलिस ने हत्या के प्रयास के मामले में फरार चल रहे दो आरोपियों को गिरफ्तार...
एनएच-31 पर कुरसेला पुलिस का विशेष वाहन जांच अभियान, संदिग्ध वाहनों की हुई जांच
(राजशेखर जयसवाल) कटिहार-पूर्णिया-भागलपुर सीमा क्षेत्र स्थित नेशनल हाईवे-31 पर कटरिया पिकेट के समीप कुरसेला थाना अध्यक्ष राकेश कुमार के नेतृत्व...
मनिहारी में हर्षोल्लास से मनी बक़रीद, ईदगाहों में अदा की गई नमाज, प्रशासन रहा मुस्तैद
दार्जिलिंग एक्स्प्रेस |मनिहारी मनिहारी में गुरुवार को ईद उल जोहा (बक़रीद) का पर्व हर्षोल्लास और आपसी सौहार्द के साथ मनाया...
कुरसेला थाना का आईजी ने किया औचक निरीक्षण, लंबित मामलों के शीघ्र निष्पादन का निर्देश
कुर्सेला (राजशेखर जयसवाल) कटिहार जिले के कुरसेला थाना में सोमवार को पूर्णिया रेंज के आईजी विवेकानंद सिन्हा ने औचक निरीक्षण...
मनिहारी थाना में बक़रीद को लेकर शांति समिति की बैठक।
संवेदनशील जगहों पर दंडाधिकारी और पुलिस पदाधिकारी प्रतिनियुक्त रहेंगे: एसडीएम मनिहारी (रतन कुमार ओझा) मनिहारी थाना परिसर में सोमवार दोपहर...
