May 25, 2026

হাগ্ৰামা মহিলাৰীক কংগ্ৰেছৰ ফালৰ পৰা অফাৰ।ৰাজ্যসভাৰ সাংসদ বনাবলৈ প্ৰস্তাৱ কৰিছে কংগ্ৰেছে– এই মন্তব্য ভূপেন বৰাৰ

Read Time:1 Minute, 18 Second

ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।


‌আজি কোকৰাঝাৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভুপেন বৰা উপস্থিত হয়।
প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ্য মুখ্যপাত্ৰ গৰ্জন মুছাহাৰীৰ নেতৃত্বত তৃনমূল কংগ্ৰেছ
UPPL BPF আৰু অসম জাতীয় পৰিষদৰ পৰা ৫০ জনৰো অধিক নেতা কৰ্মীসকল আনুষ্ঠানিক ভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে।
সভাখনত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিমল মণ্ডল প্ৰদেশ কংগ্ৰেছ সদস্য আব্দুল বাৰেক আহমেদ কোকৰাঝাৰ জিলাৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ খাইৰুল জামানৰ লগতে কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী সকল উপস্থিত থাকে। কোকৰাঝাৰত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি জনে কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য কৰে

Previous post चुनाव आयोग ने यूपी विधानसभा चुनाव के लिए एग्जिट पोल पर लगाया प्रतिबंध ।
Next post स्विफ्ट गाड़ी में मिला 8.50 लाख कैश, यूपी चुनाव में बांटने की आशंका, इनकम टैक्स जांच में जुटी
Wordpress Social Share Plugin powered by Ultimatelysocial