April 30, 2026

ৰাম নৱমী অৰ্থাৎ ৰামৰ জন্ম জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে উলহ -মালহ ভাবে পালন কৰা ধুম উঠিছে

Read Time:1 Minute, 26 Second

প্ৰফুল্ল কুমাৰ দাস, ৰিপৰ্টাৰ বঙাইগাঁও।

সমগ্ৰ ভাৰতবৰ্ষ তথা উত্তৰ পূৰ্বাঞ্চলকে ধৰি অসমত যোৱা কেইবাদিনো ধৰি ৰাম নৱমী অৰ্থাৎ ৰামৰ জন্ম জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে উলহ -মালহ ভাবে পালন কৰা ধুম উঠিছে।ঠিক একেদৰে নামনি অসমৰ প্ৰতিটো জিলাৰ লগতে ইয়াৰ কেন্দ্ৰবিন্দু স্বৰূপ বঙাইগাঁও জিলাতো এই দিৱস পালন কৰাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্ত বাতৰিমতে বঙাইগাঁও জিলা সদৰ চহৰত আজি এই উপলক্ষে হিন্দু ধৰ্মৰ লোকসকলে দলে দলে ৰাজপথত ওলাই আহি এই উৎসৱ পালন কৰাৰ মূলতঃ এক বৃহৎ শোভাযাত্ৰা বাহিৰ কৰে। আৰু উক্ত শোভাযাত্ৰা বঙাইগাঁও চহৰৰ মহাবীৰ স্থানৰ হনুমান মন্দিৰৰ পৰা চাপাগুৰি চিলাৰায় পথৰ ৰোলিংমিল হৈ সমগ্ৰ চহৰখন পৰিভ্ৰমণ কৰে। জানিব পৰামতে উক্ত শোভাযাত্ৰাত নেতৃত্ব গ্ৰহণ কৰে। জানিব পৰামতে উক্ত শোভাযাত্ৰা ত নেতৃত্ব গ্ৰহণ কৰে নেতৃত্ববীদ কৃষ্ণ কুমাৰ ৰায়, ৰাজসেন গুপ্তা, বিকাশ সিং আদিয়ে বুলি বাতৰিটোত প্ৰকাশ।

Previous post भाकपा माले के कार्यकर्ताओं ने महंगाई के विरोध में किया प्रदर्शन ।
Next post गया जी के इतिहास में पहली बार इतनी बड़ी शोभा यात्रा का हुआ आयोजन – क्षितिज मोहन सिंह ।
Wordpress Social Share Plugin powered by Ultimatelysocial