ধুবুৰীৰ ৰূপসী বিমান বন্দৰত মৰ্গ ড্ৰীল ধুবুৰী
ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপোৰ্ট
ধুবুৰী কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী ঐতিহাসিক ৰূপচী বিমান বন্দৰৰ আজি আবেলি ষৃষ্টি হল হুৱা দুৱা। ৰানেৰে অভিমূখী দৌৰাদৌৰি অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ লগতে এম্বুলেঞ্চ। কাৰন ৰানৱেৰ উৰাজাহাজত অগ্নিকাণ্ডৰ ঘটনাত ছয়গৰাকীকৈ যাত্ৰী গুৰুতৰ ভাবে আহত হোৱাত সিহতক চিকিৎসালয়লৈ এম্বুলেন্চ গতি কৰাৰ বিপৰীতে অগ্নি নিৰ্বাপক বাহিনীয়ে ব্যস্ত হৈ পৰিছে জুই নুমুৱাত। এনে এক ঘটনা আজি বিমানত সংঘটিত হল। যদিও প্ৰকৃত সত্য নহয় কাৰন এয়া আছিল মৰ্গ ড্ৰিলহে। ৰূপচী বিমান বন্দৰৰ পৰিচালন সঞ্চালক হেমংগ আৰোৰাই জনোৱা মতে বিমান বন্দৰত প্ৰত্যেক দুবছৰ মুৰে মুৰে এই মৰ্গ ড্ৰীল হয়। তাৰে অংশ আজি দুবছৰীয়া মৰ্গ ড্ৰীল অনুষ্ঠিত হয়। যত অগ্নি নিৰ্বাপক বাহিনী, স্বাস্থ্য বিভাগ, আৰক্ষী প্ৰশাসন অংশগ্ৰহন কৰে। উক্ত কাৰ্যসুচীত কোকৰাঝাৰৰ জিলা উপায়ুক্ত লগতে ধুবুৰী জিলা উপায়ুক্ত উপস্থিত থাকে। উল্লেখ্য যে ২০২১ বৰ্ষৰ ৮ মে’ ৰূপচী বিমান বন্দৰৰ পৰা যাত্ৰী চলাচল আৰম্ভ হোৱাৰ লগতে ২০২২ বৰ্ষৰ ৮ মে’ এবছৰীয়া কাৰ্যকাল সম্পুৰ্ণ হয়। ঐতিহাসিক বন্দৰটোৱে গুৱাহাটীৰ পৰা ৰূপচী হৈ কলিকতালৈ চলাচল কৰা বিমানখনে পুৰ্ণভাবে যাত্ৰীৰ সমৰ্থন লাভ কৰাৰ লগতে উক্ত বৰ্ষত বন্দৰটো ৯৪৪ বাৰ বিমান অৱতৰন কৰাৰ লগতে ২৬,১৪১ যাত্ৰীয়ে যাতায়ত কৰাৰ তথ্য পোৱা গৈছে। যাত্ৰীৰ সহাৰিৰ পৰা সমৰ্থন জনাই আচিৰে আন কেবাখনো ঠাই সাঙুৰি বিমান চলাচল কৰাৰ কথা জনাইছে পৰিচালন সঞ্চালক গৰাকী। আনহাতে ৰানৱে বৃদ্ধি কৰাৰ বাবে বিমান বন্দৰ প্ৰাধীকৰনে চৰকাৰৰ পৰা মাটি বিচাৰিছে আৰু তাৰবাবে জিলা প্ৰশাসনে জৰীপ চলাই থকা বুলিও জানিব পৰা গৈছে। উল্লেখ্য মৰ্গ ড্ৰীল দুয়োখন জিলা উপায়ুক্ত উপস্থিতিত দুখনকৈ গুৰুত্বপুৰ্ণ সভা অনুষ্ঠিত হয়।
More Stories
मनिहारी थाना में मुहर्रम को लेकर शांति समिति की बैठक, डीजे पर रहेगा प्रतिबंध
मनिहारी (रतन कुमार ओझा) आगामी मुहर्रम पर्व को शांतिपूर्ण एवं सौहार्दपूर्ण वातावरण में संपन्न कराने को लेकर मनिहारी थाना परिसर...
रेन कट से बड़ी नहर का किनारा ध्वस्त, आवागमन बाधित, ग्रामीणों ने की शीघ्र मरम्मत की मांग
(डेस्क| हसनगंज) हसनगंज प्रखंड के जगरनाथपुर पंचायत अंतर्गत मननपुर गांव के समीप स्थित बड़ी नहर का एक हिस्सा लगातार हुई...
मनिहारी पुलिस की कार्रवाई: बाघमारा घाट में 135 लीटर देसी शराब बरामद, एक तस्कर गिरफ्तार।
मनिहारी (रतन कुमार ओझा) गुप्त सूचना के आधार पर मनिहारी पुलिस ने थाना क्षेत्र के बाघमारा घाट से बौलिया की...
102.82 ग्राम स्मैक के साथ बुलेट सवार दो तस्कर गिरफ्तार
कुरसेला (राजशेखर जयसवाल) कुरसेला पुलिस ने शनिवार को गुप्त सूचना के आधार पर राष्ट्रीय राजमार्ग 31 स्थित कोसी पुल के...
मनिहारी अस्पताल में लापरवाही: 16 महीने के बच्चे को एक्सपायरी पोलियो ड्रॉप पिलाने का आरोप, परिजनों ने किया हंगामा।
मनिहारी (रतन कुमार ओझा) मनिहारी अनुमंडल अस्पताल में स्वास्थ्य विभाग की बड़ी लापरवाही सामने आई है। 16 महीने के मासूम...
हथियार के साथ रील बनाना पड़ा महंगा, तीन युवक गिरफ्तार, महिला फरार
कुर्सला (राजशेखर जयसवाल) कुरसेला थाना क्षेत्र में अवैध हथियार के साथ रील बनाकर सोशल मीडिया पर वायरल करना तीन युवकों...
