বিধায়ক শ্বেৰমান আলিৰ বিৰুদ্ধে গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ তীব্ৰ প্রতিবাদী আন্দোলন-তীব্ৰ গৰিহণা আৰু মুখ্যমন্ত্ৰী ক আটকৰ দাবী।
ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।
-ভাৰতীয় গণতন্ত্ৰৰ সাংবিধানিক নীতি নিৰ্দেশনাক আওকান কৰি দেশখনৰ ভাবুকিৰ সৃষ্টি কৰা উত্তৰ পূৰ্বাঞ্চল তথা যুগান্তকাৰী সৃষ্টিৰে এইখন অসমৰে এটা সমষ্টিত নির্বিছিন্ন ভাৱে পূৰ্ণ সমৰ্থনৰে আমাৰ শত্ৰু ৰাষ্ট্ৰঃ পাকিস্তানৰ পতাকা উৰি থকা উক্ত বৃহত্তৰ চৰ অঞ্চলৰ বাঘবৰ সমষ্টিৰ মহা প্ৰতাপী মিঞা মিউজিয়াম স্থাপনৰ অতি বিতৰ্কত সোমাই শ্বহীদ ক অপমান কৰি জেল হাজোতত সোমাই জামিনত ওলাই আহি পুনৰ বৰদলোনি গাঁওত সত্ৰৰ মাটি দখলদাৰীক সমৰ্থন জনাই পুনৰ বিতৰ্কত সোমাই পৰা বিধায়ক শ্বেৰমান আলিৰ বিৰুদ্ধে আজি সদৌ অসম গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদী আন্দোলন গ্ৰহণ কৰি গৰিহণা দিয়াৰ লগতে বিধায়কগৰাকীক আটক কৰাৰ দাবী জনায় । উল্লেখযোগ্য যে আজি সংগঠনটোৱে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ লালমাটি গণেশ মন্দিৰ খেলপথাৰত সপ্তদশ তম প্ৰতিষ্ঠা দিৱস পালন কৰি উক্ত স্থানতে নামনি অসমৰ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অতি বিতৰ্কিত তথা নিজ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ অৰ্থে সত্ৰৰ মাটি দখলদাৰীৰ সমৰ্থক ৰূপত বিধায়ক শ্বেৰমান আলিৰ বিৰুদ্ধে ধৰ্ণা প্ৰতিবাদী আন্দোলন পালন কৰি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক বিধায়ক গৰাকীক অতি শীঘ্ৰে আটক কৰাৰ দাবী জনায়।আৰু ইয়াৰ আগতে ৰাতিপুৱা সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে সভাপতি নুৰুল আমিন শইকীয়াই। শ্বহীদবেদীত মাল্য অৰ্পণ কৰে কেন্দ্ৰীয় সম্পাদক কেন্দ্ৰীয় সম্পাদক আৰু উপসভাপতি ক্ৰমে হাচিবুল ইছলাম,ফৰিদুল ইছলামে বুলি বাটৰিটোত প্ৰকাশ।
More Stories
शांतिपूर्ण रहा कोसी स्नातक मतदान, डीएम एसपी पहुंचे और जायजा लिया
रतन कुमार ओझा (मनिहारी) कोसी स्नातक निर्वाचन को लेकर शुक्रवार को मनिहारी प्रखंड कार्यालय स्थित मतदान केंद्र पर सुबह आठ...
मनिहारी गंगा तट पर पहुंचे डीआरएम, रेलवे की 21 एकड़ जमीन का लिया जायजा।
रतन कुमार ओझा (मनिहारी) शुक्रवार की शाम कटिहार मंडल की मंडल रेल प्रबंधक (डीआरएम) अपने अधिकारियों के साथ मनिहारी गंगा...
हसनगंज सपनी मोड़ समीप पुलिस की बड़ी कारवाई, लगभग 40 लाख रुपए का स्मैक के साथ कुल 02 तस्कर गिरफ्तार।
डेस्क (हसनगंज) सपनी मोड़ समीप पुलिस ने गुप्त सूचना पर अवैध मादक पदार्थ तस्करी के विरुद्ध बड़ी कारवाई करते हुए...
बारसोई में 11 लीटर विदेशी शराब के साथ एक गिरफ्तार
मनोरंजन साहा (बारसोई ) बारसोई थाना पुलिस ने शराब के विरुद्ध कार्रवाई करते हुए एक युवक को गिरफ्तार किया है।...
हसनगंज में शांतिपूर्ण संपन्न हुआ कोसी स्नातक निर्वाचन का मतदान।
डेस्क (हसनगंज) प्रखंड मुख्यालय स्थित मतदान केंद्र पर शुक्रवार को बिहार विधान परिषद के कोसी स्नातक द्विवार्षिक निर्वाचन 2026 के...
इज्तेमा की तैयारी के बीच नवनिर्मित पंडाल में पांच हजार लोगों ने अदा की जुमे की नमाज।
मो0 काजु (फलका) प्रखंड के सालेपुर महेशपुर में 31 अक्टूबर से 2 नवंबर तक आयोजित होने वाले तीन दिवसीय तब्लीगी...
