ভাৰত-বাংলাদেশ সীমান্তৰ মানকাছাৰৰ সিপাৰে বি এছ এফ আৰু বি জি বি ৰ মাজত বন্ধুত্বমূলক মৈত্ৰী ভলীবল খেল প্ৰতিযোগিতা: সমগ্ৰ বিশ্বজুৰি বহন কৰিছে বিশেষ তাৎপৰ্য।
বাংলাদেশৰ পৰা বঙাইগাঁওৰ ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
ভাৰত তথা উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত যি সময়ত অসম বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত ৩২গৰাকী শাসক বিৰোধী দলৰ বিধায়ক, আমোলা বিষয়া আৰু সাংবাদিকৰ দলে পৰিদৰ্শনৰ বাবে গৈ উপস্থিত হৈছে।সেই সময়ত ভাৰতীয় সেনা বাহিনীৰ সীমা সুৰক্ষা বাহিনীয়ে বাংলাদেশৰ বৰ্ডাৰ গাৰ্ড বাংলাদেশ বাহিনীৰ সৈতে বাংলাদেশত নতুন বন্দৰত চিৰদিনলৈ বন্ধুত্বমূলক মৈত্ৰী ভলীবল প্ৰতিযোগিতা খেল অনুষ্ঠিত কৰিছে।প্ৰাপ্ত তথ্যমতে ভাৰত -বাংলাদেশ সীমান্তৰ দক্ষিণ শালমাৰা জিলাৰ মানকাছাৰৰ অন্তৰ্গত চাহাপাৰাস্থিত বি এছ এফ কেম্পৰ কাটা তাঁৰৰ সিপাৰে থকা বাংলাদেশৰ ভূমিচৰ নতুন বন্দৰত আজি বিয়লিৰ ভাগত উভয় দেশৰ বি এছ এফ আৰু বি জে বি ৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰীতি খেলখন অনুষ্ঠিত হয়।আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশ জবলপুৰ ৩৫নং (বি জি বি) বেটেলিয়নৰ উদ্যোগত ভাৰতীয় সীমা সুৰক্ষা বাহিনী(বি এছ এফ) ৰ সৈতে হোৱা উক্ত প্ৰীতিমূলক ভলীবল প্ৰতিযোগিতা খেলে ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি বিশেষ তাৎপৰ্য বহন কৰিছে।যদিও উক্ত খেল প্ৰতিযোগিতাত বি এছ এফ ৰ কামাণ্ডেণ্ট চি কে উপাধ্যায় আৰু বাংলাদেশৰ সাংসদ জাকিৰ হুছেইন তথা বি জি বি ৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে বুলি সূত্ৰটোত প্ৰকাশ।
More Stories
कटिहार में 262 वाहनों का चालान, 10 लाख रुपये से अधिक जुर्माना
रतन कुमार ओझा (मनिहारी) कटिहार जिले में सड़क सुरक्षा को लेकर परिवहन विभाग का विशेष वाहन जांच अभियान जारी है।...
बारसोई-स्टेशन सड़क का विधायक संगीता देवी ने किया निरीक्षण, जल्द मरम्मत का दिया निर्देश
मो0 सनाउल्लाह| (बारसोई) बारसोई प्रखंड अंतर्गत बारसोई बाजार से रेलवे स्टेशन तक जाने वाली मुख्य सड़क की जर्जर स्थिति को...
फलका में 2.20 किलो गांजा के साथ तस्कर गिरफ्तार, नकदी भी बरामद।
मो0 काजु (फलका) फलका थाना क्षेत्र के निसुंद्रा बंगाली टोला में पुलिस ने नशे के कारोबार के खिलाफ कार्रवाई करते...
आबादपुर की राजस्व कचहरी खंडहर में तब्दील, जीर्णोद्धार की मांग तेज
हसन रजा (आबादपुर) बारसोई प्रखंड के आबादपुर थाना के समीप स्थित प्राचीन राजस्व कचहरी भवन आज जर्जर होकर खंडहर में...
दुर्गापूजा को लेकर शांति समिति की बैठक, सीसीटीवी लगाने पर जोर।
रतन कुमार ओझा (मनिहारी) दुर्गापूजा शांतिपूर्ण एवं सौहार्दपूर्ण वातावरण में संपन्न कराने को लेकर मनिहारी थाना परिसर में शांति समिति...
हटिया घाट पर गंगा में डूबने से 24 वर्षीय युवक की मौत
रतन कुमार ओझा (मनिहारी) मनिहारी के हटिया घाट पर गंगा नदी में डूबने से आशु चौधरी (24) की मौत हो...
