বিধায়ক শ্বেৰমান আলিৰ বিৰুদ্ধে গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ তীব্ৰ প্রতিবাদী আন্দোলন-তীব্ৰ গৰিহণা আৰু মুখ্যমন্ত্ৰী ক আটকৰ দাবী।
ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।
-ভাৰতীয় গণতন্ত্ৰৰ সাংবিধানিক নীতি নিৰ্দেশনাক আওকান কৰি দেশখনৰ ভাবুকিৰ সৃষ্টি কৰা উত্তৰ পূৰ্বাঞ্চল তথা যুগান্তকাৰী সৃষ্টিৰে এইখন অসমৰে এটা সমষ্টিত নির্বিছিন্ন ভাৱে পূৰ্ণ সমৰ্থনৰে আমাৰ শত্ৰু ৰাষ্ট্ৰঃ পাকিস্তানৰ পতাকা উৰি থকা উক্ত বৃহত্তৰ চৰ অঞ্চলৰ বাঘবৰ সমষ্টিৰ মহা প্ৰতাপী মিঞা মিউজিয়াম স্থাপনৰ অতি বিতৰ্কত সোমাই শ্বহীদ ক অপমান কৰি জেল হাজোতত সোমাই জামিনত ওলাই আহি পুনৰ বৰদলোনি গাঁওত সত্ৰৰ মাটি দখলদাৰীক সমৰ্থন জনাই পুনৰ বিতৰ্কত সোমাই পৰা বিধায়ক শ্বেৰমান আলিৰ বিৰুদ্ধে আজি সদৌ অসম গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদী আন্দোলন গ্ৰহণ কৰি গৰিহণা দিয়াৰ লগতে বিধায়কগৰাকীক আটক কৰাৰ দাবী জনায় । উল্লেখযোগ্য যে আজি সংগঠনটোৱে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ লালমাটি গণেশ মন্দিৰ খেলপথাৰত সপ্তদশ তম প্ৰতিষ্ঠা দিৱস পালন কৰি উক্ত স্থানতে নামনি অসমৰ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অতি বিতৰ্কিত তথা নিজ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ অৰ্থে সত্ৰৰ মাটি দখলদাৰীৰ সমৰ্থক ৰূপত বিধায়ক শ্বেৰমান আলিৰ বিৰুদ্ধে ধৰ্ণা প্ৰতিবাদী আন্দোলন পালন কৰি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক বিধায়ক গৰাকীক অতি শীঘ্ৰে আটক কৰাৰ দাবী জনায়।আৰু ইয়াৰ আগতে ৰাতিপুৱা সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে সভাপতি নুৰুল আমিন শইকীয়াই। শ্বহীদবেদীত মাল্য অৰ্পণ কৰে কেন্দ্ৰীয় সম্পাদক কেন্দ্ৰীয় সম্পাদক আৰু উপসভাপতি ক্ৰমে হাচিবুল ইছলাম,ফৰিদুল ইছলামে বুলি বাটৰিটোত প্ৰকাশ।
More Stories
मननपुर-कवेया मुख्य सड़क जर्जर, राहगीरों की बढ़ी परेशानी।
डेस्क ( हसनगंज) हसनगंज प्रखंड के मननपुर मोड़ से कवेया गांव होते हुए पूर्णिया जिला को जोड़ने वाली मुख्य सड़क...
बारसोई में पेपरलेस रजिस्ट्री व्यवस्था को लेकर संकट, पंजीयन कार्यालय में पसरा सन्नाटा
मो0 सनाउल्लाह (बारसोई ) कटिहार जिले के बारसोई प्रखंड अंतर्गत बारसोई पंजीयन कार्यालय में हाल ही में शुरू हुई पेपरलेस...
बरंडी नदी हादसे के बाद गम में डूबा मोरसंडा, दूसरे दिन भी नहीं जले कई घरों में चूल्हे
मो0 काजु (फलका) सावन की सोमवारी पर बरंडी नदी में हुए दर्दनाक हादसे के बाद फलका प्रखंड के मोरसंडा गांव...
विधायक संगीता देवी ने डीएम से की मुलाकात, क्षेत्र की समस्याओं पर हुई विस्तृत चर्चा
डेस्क (बारसोई) बारसोई-बलरामपुर विधानसभा क्षेत्र की लोकप्रिय विधायक श्रीमती संगीता देवी ने आज जिला पदाधिकारी सह डीएम आशुतोष त्रिवेदी से...
गवालटोली-कुशीदा मुख्य सड़क बनी जानलेवा, ओवरलोड वाहनों के आवागमन से सड़क हो रहे हैं कमजोर।
मो0 सनाउल्लाह (बारसोई) बारसोई प्रखंड अंतर्गत ग्वालटोली से कुशीदा जाने वाली मुख्य सड़क इन दिनों हादसों का पर्याय बनती जा...
अठारह वर्षों से अधर में तेज नारायणपुर भालुका रोड रेल परियोजना,तेज हुई राजनीतिक पहल।
मनिहारी( रतन कुमार ओझा) तेजनारायणपुर से पश्चिम बंगाल के भालुका रोड तक प्रस्तावित करीब 30 किलोमीटर लंबी नई रेल परियोजना...
