April 29, 2026

সমগ্ৰ দেশৰ লগতে নামনি অসমৰ বঙাইগাঁও জিলাটো হনুমান জয়ন্তী পালন।

Read Time:1 Minute, 9 Second

ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।

সমগ্ৰ ভাৰতবৰ্ষ ,উত্তৰ পূৰ্বাঞ্চলকে ধৰি অসমত আজি হনুমান জয়ন্তী পালন কৰাৰ মূলতঃ নামনি অসমতো প্ৰতিখন জিলাত এই জয়ন্তী পালন কৰাৰ বাতৰি পোৱা গৈছে।আৰু কোনো গুণে পিছ পৰি ৰোৱা নাই বঙাইগাঁও জিলা। প্রাপ্ত বাতৰিমতে শ্ৰী ৰাম সেৱা সমিতিৰ বঙাইগাঁও জিলা সমিতিয়ে বেছ উলহ -মালহেৰে বিভিন্ন কাৰ্যসূচী পালন কৰাৰ লগতে জিলা সদৰ চহৰখনত অৱস্থিত মহাবীৰ স্থানৰ হনুমান মন্দিৰৰ পৰা ছাপাগুৰী চিলাৰায় পথৰ ৰোলিং মিলৰ পৰা সমগ্ৰ চহৰখন সহস্ৰাধিক লোকে শোভাযাত্ৰা ৰে পৰিভ্ৰমণ কৰে।উক্ত শোভাযাত্ৰাত নেতৃত্ব দিয়ে নেতৃত্ববীদ কৃষ্ণ কুমাৰ ৰায়,ৰাজা সেন গুপ্তা আৰু বিকাশ সিংহ আদিয়ে বুলি বাতৰিটোত প্ৰকাশ।

Previous post অসমক ৰক্তাক্ত কৰিব বিচৰা ছয় মুছলিম মৌলবাদী বিদ্ৰোহী উগ্ৰপন্থী আটক বৰপেটা জিলাত
Next post भूमि विवाद निपटारे हेतु जनता दरबार का आयोजन एक मामले निष्पादित ।
Wordpress Social Share Plugin powered by Ultimatelysocial