কংগ্ৰেছ(ই) ৰ ভাৰত জোড় পদযাত্ৰা আজি ধুবুৰী জিলাত পৰিল সামৰণি: কাইলৈ বঙাইগাঁও জিলাত হব পদযাত্ৰা।
সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছ(ই) দলে আৰম্ভ কৰা ভাৰত জোড় পদযাত্ৰা কাৰ্য্যসূচী অসমত প্ৰৱেশ কৰাৰ পিছত আজি পঞ্চম দিনা নামনী অসমৰ ধুবুৰী জিলাৰ পূব বিলাসীপাৰা সমষ্টিৰ ধীৰঘাটৰ পৰা আৰম্ভ কৰা পদযাত্ৰা চাপৰৰ গান্ধী ময়দানলৈ আহে ।আৰু চাপৰ গান্ধী ময়দানত চাপৰ শালকোচা ব্লক কংগ্ৰেছ(ই) সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা এক বিশাল জনসভাত ভাষণ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ(ই) ৰ সভাপতি ভূপেন বৰাই ।প্ৰদেশ কংগ্ৰেছ(ই) ৰ কাৰ্য্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰৰ সঞ্চালনাত অনুষ্ঠিত কৰা উক্ত জনসভাত বিধায়ক ৰকিবুল হুছেইন ,বিধায়ক আব্দুল বাটেন খণ্ডকাৰ ,বিধায়ক প্ৰদীপ সৰকাৰ ,বিধায়ক ৱাজেদ আলী চৌধুৰী,প্ৰাক্তন সাংসদ আব্দুল হামিদ ,সৰ্বভাৰতীয় কংগ্ৰেছ(ই) ৰ সম্পাদক অমৃত বাচা ,যুৱ কংগ্ৰেছ(ই) ৰ সম্পাদক নুৰ চফীকুল ৱাহিদ ,ধুবুৰী জিলা কংগ্ৰেছ(ই) ৰ সভাপতি চামছুল ইছলাম আদিয়ে কেন্দ্ৰীয় ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি ভাষণ দিয়ে।অহা কাইলৈ বঙাইগাঁও জিলাৰ বহলপুৰ নিত্য বজাৰৰ পৰা বঙাইগাঁও চহৰলৈ এই ভাৰত জোড় পদযাত্ৰা অহা কথা বুলি জানিব পৰা গৈছে।
বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
More Stories
रोमांचक फाइनल में पाकाटोला चैंपियन, बिघोर को एक रन से हराया
डेस्क (आबादपुर) हरनारोई पंचायत के पाकाटोला मैदान में रविवार, 18 अक्टूबर को खेले गए क्रिकेट टूर्नामेंट के फाइनल में रोमांचक...
डीएम-एसपी ने गंगा तट पर लिया सुरक्षा व्यवस्था का जायजा, कृत्रिम तालाब में विसर्जन की अपील
रतन कुमार ओझा (मनिहारी) कटिहार के जिलाधिकारी आशुतोष द्विवेदी और पुलिस अधीक्षक परिचय कुमार मनिहारी गंगा तट पहुंचे और दुर्गा...
देसी कट्टा के साथ युवक गिरफ्तार, जेल।
मनिहारी (रतन कुमार ओझा) मनिहारी थाना पुलिस ने बुधवार को गुप्त सूचना के आधार पर कार्रवाई करते हुए कुमारीपुर पंचायत...
भैरयाही गांव में मुन्ना यादव की हत्या, गांव में पसरा मातम
मनिहारी (रतन कुमार ओझा) मनिहारी थाना क्षेत्र की केवाला पंचायत अंतर्गत भैरयाही गांव में मुन्ना यादव की हत्या का मामला...
बारसोई में हथियार दिखाकर लूट, पुलिस ने आरोपी को दबोचा; आईफोन और चाकू बरामद।
मनोरंजन साह (बारसोई) बारसोई थाना क्षेत्र में हथियार का भय दिखाकर लूटपाट के मामले में पुलिस ने त्वरित कार्रवाई करते...
31 साल बाद मां से मिला बिछड़ा बेटा, बंगाल में बना था अब्दुल जब्बार
मनिहारी (रतन कुमार ओझा) मनिहारी प्रखंड अंतर्गत कटाकोश निवासी पिंटू कुमार यादव उर्फ अब्दुल जब्बार 31 साल बाद अपनी मां...
