May 1, 2026

নামনী অসমৰ ধুবুৰী জিলাত প্ৰদেশ কংগ্ৰেছ(ই) সভাপতি ভূপেন বৰাৰ সংবাদমেল।

Read Time:1 Minute, 29 Second

অৱশেষত হিচাপহীন অহংকাৰ, অতিকে বাহাদুৰি হোৱা , কি কয় কি কৰি আছে নিজে নজনা , স্বাৰ্থপৰতাৰ লগতে উন্নয়নৰ দিশত ধাপাং পাং মৰা কেন্দ্ৰীয়-ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ একাংশ মন্ত্ৰী বিধায়ক আৰু নেতা সকলৰ উপৰি এ আই ইউ ডি এফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমল আৰু বিধায়ক একাংশই সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছ(ই) দলৰ ৰাহুল গান্ধীৰ পৰিয়াল ,অসম প্ৰদেশ কংগ্ৰেছ(ই) ৰ নেতৃবৃন্দ আৰু বিধায়ক নেতা বিৰুদ্ধে কৰি অহা কোনো যুক্তিহীন বাক্যবান ,অভিযোগৰ প্ৰতি অতিকে ক্ষুব্ধ হৈ আজি ৰাতিপুৱাতে নামনী অসমৰ ভাৰত জোড় পদযাত্ৰা চলি থকাৰ মাজতে ধুবুৰী জিলা কংগ্ৰেছ (ই) কাৰ্য্যালয়ত প্ৰদেশ কংগ্ৰেছ(ই) ৰ সভাপতি ভুপেন বৰাই এক সংবাদমেল আয়োজন কৰে। উক্ত সংবাদমেল বিজেপি আৰু এ আই ইউ ডি এফ দলৰ বিৰুদ্ধে কি কৈছে শ্ৰোতা ৰাইজলৈ আগবঢ়ালো।

বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস

Previous post সমগ্ৰ নামনী অসমত ভাৰত ৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী পালন।
Next post কংগ্ৰেছ(ই) ৰ ভাৰত জোড় পদযাত্ৰা আজি ধুবুৰী জিলাত পৰিল সামৰণি: কাইলৈ বঙাইগাঁও জিলাত হব পদযাত্ৰা।
Wordpress Social Share Plugin powered by Ultimatelysocial