কংগ্ৰেছ(ই) ৰ ভাৰত জোড় পদযাত্ৰা আজি ধুবুৰী জিলাত পৰিল সামৰণি: কাইলৈ বঙাইগাঁও জিলাত হব পদযাত্ৰা।
সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছ(ই) দলে আৰম্ভ কৰা ভাৰত জোড় পদযাত্ৰা কাৰ্য্যসূচী অসমত প্ৰৱেশ কৰাৰ পিছত আজি পঞ্চম দিনা নামনী অসমৰ ধুবুৰী জিলাৰ পূব বিলাসীপাৰা সমষ্টিৰ ধীৰঘাটৰ পৰা আৰম্ভ কৰা পদযাত্ৰা চাপৰৰ গান্ধী ময়দানলৈ আহে ।আৰু চাপৰ গান্ধী ময়দানত চাপৰ শালকোচা ব্লক কংগ্ৰেছ(ই) সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা এক বিশাল জনসভাত ভাষণ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ(ই) ৰ সভাপতি ভূপেন বৰাই ।প্ৰদেশ কংগ্ৰেছ(ই) ৰ কাৰ্য্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰৰ সঞ্চালনাত অনুষ্ঠিত কৰা উক্ত জনসভাত বিধায়ক ৰকিবুল হুছেইন ,বিধায়ক আব্দুল বাটেন খণ্ডকাৰ ,বিধায়ক প্ৰদীপ সৰকাৰ ,বিধায়ক ৱাজেদ আলী চৌধুৰী,প্ৰাক্তন সাংসদ আব্দুল হামিদ ,সৰ্বভাৰতীয় কংগ্ৰেছ(ই) ৰ সম্পাদক অমৃত বাচা ,যুৱ কংগ্ৰেছ(ই) ৰ সম্পাদক নুৰ চফীকুল ৱাহিদ ,ধুবুৰী জিলা কংগ্ৰেছ(ই) ৰ সভাপতি চামছুল ইছলাম আদিয়ে কেন্দ্ৰীয় ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি ভাষণ দিয়ে।অহা কাইলৈ বঙাইগাঁও জিলাৰ বহলপুৰ নিত্য বজাৰৰ পৰা বঙাইগাঁও চহৰলৈ এই ভাৰত জোড় পদযাত্ৰা অহা কথা বুলি জানিব পৰা গৈছে।
বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
More Stories
श्रावणी मेला व ईद मिलाद-उन-नबी पर शांति बनाए रखने का निर्णय
रतनकुमारओझा(मनिहारी) मनिहारी थाना परिसर में शुक्रवार को श्रावणी मेला एवं ईद मिलाद-उन-नबी को शांतिपूर्ण और सौहार्दपूर्ण माहौल में संपन्न कराने...
सावन माह में मेहंदी प्रतियोगिता से खिले बच्चों के चेहरे।
रतन कुमार ओझा (मनिहारी) मनिहारी प्रखंड के नया प्राथमिक विद्यालय तिनकौड़िया पूरब टोला में सावन माह के अवसर पर मेहंदी...
काम पर नहीं गया तो छीन ली जिंदगी: चाकू के वार से युवक की मौत, भाई घायल; मां की गोद में पड़ा रहा बेटे का शव
मो0 काजु (फलका) पोठिया थाना क्षेत्र में एक मामूली विवाद ने ऐसा दर्दनाक मोड़ ले लिया, जिसने पूरे गांव को...
11.64 ग्राम स्मैक के साथ तीन तस्कर गिरफ्तार, दो मोबाइल और ₹1500 बरामद।
मो0 काजु (फलका) फलका थाना पुलिस ने शुक्रवार को गुप्त सूचना के आधार पर कार्रवाई करते हुए गोपालपट्टी नहर पुल...
मेहंदी रचाओ” प्रतियोगिता का हुआ आयोजन।
डेस्क (हसनगंज) उत्क्रमित उच्च माध्यमिक विद्यालय हसनगंज में छात्राओं के बीच "मेहंदी रचाओ" प्रतियोगिता का आयोजन किया गया। जिसमें छात्राओं...
वेतन-पेंशन लागू करने की मांग को लेकर शिक्षकों व कर्मचारियों ने किया प्रदर्शन।
मनिहारी (रतन कुमार ओझा) रामेश्वर यादव मनिहारी महाविद्यालय, मनिहारी के शिक्षक एवं शिक्षकेतर कर्मचारियों ने संघ के आह्वान पर शनिवार...
