সদৌ অসম বেংগলী যুৱ ছাত্ৰ পৰিষদ ৰ বঙাইগাঁও জিলা সমিতিয়ে ৩২বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন।
ষ্টাফ ৰিপৰ্টাৰ , প্ৰফুল্ল কুমাৰ দাস
সদৌ অসম বেংগলী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে আজি বঙাইগাঁও চহৰৰ নতুন পাৰাত অৱস্থিত সংগঠনৰ কাৰ্য্যালয়ত ৩২বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰে।
প্রাপ্ত বাতৰিমতে আজি ৰাতিপুৱা ৰাষ্ট্ৰীয় আৰু সংগঠনৰ পতাকা উত্তোলন কৰে ক্ৰমে কেন্দ্ৰীয় সভাপতি মহানন্দ চৰকাৰ দত্ত আৰু জিলা সভাপতি আশীষ বিশ্বাসে ।ইয়াৰ পিছত নেতাজী সুভাষ বসু, স্বামী বিবেকানন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবি ত মাল্য অৰ্পণ কৰে ক্ৰমে বঙাইগাঁও পৌৰসভা ৰ অধ্যক্ষ সুবোধ দাস, প্ৰদীপ ৰায়,আৰু কমল ঘোষ আৰু গীত পালে। ইয়াৰ পিছত সমগ্ৰ বঙাইগাঁও চহৰত বাইক ৰেলী বাহিৰ কৰে। আৰু বঙাইগাঁও লৱাৰ আসাম হস্পিতাল ত ৰক্ত দান শিবিৰ অনুষ্ঠিত কৰাৰ লগতে আবেলি জিলা সভাপতি আশীষ বিশ্বাসৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভা ত বিটিএডি ৰ ই -এম গৌতম দাস,চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, কোচ ৰাজবংশী স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ গকুল বৰ্মন আদি উপস্থিত থাকি ভাষণ দিয়ে । ইয়াৰ আগতে বন্তি প্ৰজলন কৰে সাংবাদিক অভিদীপ চৌধুৰী, সাধন দে আৰু মহানন্দ আদিয়ে। সভাত বিভিন্ন জনগোষ্ঠীৰ গীত নৃত্য প্ৰদৰ্শন কৰে বুলি বাতৰিটোত প্ৰকাশ।
More Stories
कटिहार में बारिश ने खोली सड़क निर्माण की पोल, फुटपाथ धंसा हादसे का खतरा
कोमल गुप्ता (कटिहार) मूसलाधार बारिश के बाद शहर की सड़क व्यवस्था की स्थिति चिंताजनक हो गई है। शहीद चौक से...
परीक्षा हॉल में तैनात वीक्षक और गेट चेकिंग स्टाफ पर तत्काल प्रभाव से निष्पक्ष जाँच कर अनुशासनात्मक कार्रवाई की जाए – रवि सिंह
कोमल गुप्ता (कटिहार) पूर्णिया विश्वविद्यालय के अंतर्गत जी.एल.एम. कॉलेज, बनमनखी परीक्षा केंद्र पर आयोजित स्नातक सेमेस्टर-4 की परीक्षा (द्वितीय पाली)...
कटिहार में बाढ़ का कहर, लाखों लोग परेशान मुसीबत की घड़ी में जनता के बीच पहुंचे MLC अशोक अग्रवाल।
कोमल गुप्ता (कटिहार) कटिहार जिले मे बाढ़ के कारण 3.50 लाख से अधिक लोग प्रभावित बताए जा रहे हैं। ऐसे...
अंग्रेजी विभाग के सहायक प्राध्यापक डॉ. हरिओम प्रसाद का निधन, एबीवीपी ने जताया शोक
कोमल गुप्ता (कटिहार) कोढ़ा राजकीय डिग्री कॉलेज कोढ़ा के अंग्रेजी विभाग के सहायक प्राध्यापक डॉ. हरिओम प्रसाद का शनिवार को...
तीन दिन से लापता 12 वर्षीय गोपाल की मिली लाश, हत्या की आशंका से परिवार में मचा हड़कंप
कोमल गुप्ता (कटिहार) कटिहार के नगर थाना क्षेत्र के धोबी टोला से एक सनसनीखेज मामला सामने आया है। तीन दिनों...
मनिहारी में बाढ़ पीड़ितों से मिले सांसद पप्पू यादव, सरकार पर साधा निशाना।
रतन कुमार ओझा (मनिहारी) बाढ़ग्रस्त मनिहारी एवं अमदाबाद क्षेत्र के दौरे पर पहुंचे सांसद पप्पू यादव ने सरकार की राहत...
