April 30, 2026

নামনি অসমৰ যোগীঘোপা আন্তৰাষ্ট্ৰীয় বন্দৰত কাইলৈ অশোকাষ্টমী পূজাৰ উদ্যোগক্তা সমিতি আৰু জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি।

Read Time:1 Minute, 36 Second

প্রফুল্ল কুমাৰ দাস ৰিপৰ্টাৰ বঙাইগাঁও

নামনি অসমৰ বঙাইগাঁও জীৱৰ যোগীঘোপা বৰ লুইত অৰ্থাৎ ব্রহ্মপুত্ৰ নদীৰ আন্তৰাষ্ট্ৰীয় বন্দৰ জাহাজ ঘাটত আৰু এটা ৰাতিৰ পিছতেই ৰাতিপুৱা পুৱতি নিশাৰ পৰাই সমগ্ৰ নামনি অসমৰ বৰপেটা ,বাক্সা,চিৰাং,বঙাইগাঁও ,কোকৰাঝাৰ, আৰু ধুবুৰী জিলা সমূহৰ পৰা লক্ষাধিক লোকে আহি গঙ্গাস্নান কৰাৰ লগতে মৃতকৰ অস্থি(হাড়) ক্ষেপন কৰি মৃতকৰ স্বৰ্গ লাভৰ প্রার্থনা জনাব। জানিব পৰামতে এই দিনটোত ঐতিহাসিক ভাৱে ঐশ্বৰিক প্ৰবাদ আছে যে দুৰ্গা দেৱীৰ আন এটা ৰূপৰ বাসন্তী দেৱীয়ে পবিত্ৰ গঙ্গা দেৱীয়ে ব্ৰহ্মপুত্ৰ নৈৰ পানীত লিন যায়। আৰু সেইবাবেহে কাইলৈ দিনটোত মানৱ জাতীয় উক্ত বৰ লুইত ৰ স্নান কৰিলে বা মৃতকৰ অস্থিক্ষেপন কৰিলে পাপ মুক্ত হয়।ইতিমধ্যে যোগীঘোপা ব্ৰহ্মপুত্ৰ নৈৰ পাৰত হাজাৰ-হাজাৰ লোক আহি উপস্থিত হৈছে। ইফালে উদ্যোক্তা সমিতিয়ে জিলা প্ৰশাসনৰ সহযোগত বিভিন্ন নিৰাপত্তা মূলক প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলিছে বুলি বাটৰিটোত প্ৰকাশ।

Previous post बारसोई में रामनवमी शोभा यात्रा की तैयारी पूरे, भगवा झंडों से सजने लगा है नपं।
Next post बारसोई में श्री राम नवमी के उपलक्ष में निकाली गई शोभायात्रा , शांतिपूर्ण संपन्न ।
Wordpress Social Share Plugin powered by Ultimatelysocial