আজিৰে পৰা বীৰলাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰা হ’ব ।
By:- বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
বিশ্বৰ প্ৰথমটো গণতান্ত্ৰিক দেশ ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ বিজ্ঞান ভৱন আৰু উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ অসমত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উদ্যোগত আজিৰে পৰা অহা ২৪নৱেম্বৰলৈ আৰম্ভ হৈছে বীৰলাচিত বৰফুকনৰ চাৰিশ বৰ্ষ সংখ্যক জন্ম জয়ন্তী । একেদৰে সমগ্ৰ নামনী অসমৰ প্ৰতিটো জিলা ক্ৰমে বঙাইগাঁও, বৰপেটা,বাক্সা, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা আৰু দক্ষিণ শালমাৰাত চৰকাৰী ভাৱে জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক সকলৰ নেতৃত্বত আজি ৰাতিপুৱা আৰম্ভ কৰিছে মাৰ্চ-পাষ্ট সমদল। বঙাইগাঁও জিলাত সদৰ চহৰৰ গান্ধীময়দানৰ পৰা আৰু যোগীঘোপা ব্ৰহ্মপুত্ৰ নৈৰ নৰনাৰায়ণ সেতুৰ পৰা আৰম্ভ কৰে। সেইদৰে চিৰাং, কোকৰাঝাৰ জিলাটো এক সু-বিশাল মার্চ-পাষ্ট প্ৰদৰ্শন কৰে । ইফালে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ খেলপথাৰত কোকৰাঝাৰ জিলা আৰক্ষীৰ উদ্যোগত এক বিশাল মাৰ্চ পাষ্ট সমদল উলিওৱা হয় ৷ কোকৰাঝাৰ চহৰৰ জে ডি ৰোডলৈ উলিওৱা মাষ্ট পাষ্ট সমদলক পতাকা জোকাৰি শুভাৰম্ভ কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিং আৰু উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক পুষ্প ৰাজ সিং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক নবনীতা শৰ্মা ৷ আজিৰ মাষ্ট পাষ্টত সপ্তম অসম আৰক্ষী বেটেলিয়ান, ১২৯ নং চিআৰপিএফ বাহিনী আৰু ষষ্ঠ নং সশস্ত্ৰ সীমা বলৰ বিষয়া – জোৱানে অংশগ্ৰহণ কৰে ৷
More Stories
मनिहारी में भैंस चोरी का विरोध करने पर किसान की गोली मारकर हत्या, इलाके में सनसनी
मनिहारी (रतन कुमार ओझा) कटिहार के मनिहारी थाना क्षेत्र के कमालपुर दियारा में भैंस चोरी करने आए अपराधियों ने विरोध...
फलका बाजार में टायर ब्लास्ट, गैरेज कर्मी गंभीर रूप से घायल
मो0 काजु (फलका) फलका बाजार में बुधवार सुबह एक दर्दनाक हादसा हो गया। ट्रैक्टर ट्रॉली के टायर में हवा भरने...
अज्ञात वाहन की टक्कर से युवक की मौत, परिवार में मातम।
मो0 काजु ( फलका) कोढ़ा थाना क्षेत्र के बसगरहा गांव के समीप बुधवार रात अज्ञात वाहन की टक्कर से एक...
फलका में 27 बोतल प्रतिबंधित कफ सिरप जब्त, संचालक गिरफ्तार
मो0 काजु (फलका) फलका थाना क्षेत्र के प्रखंड मुख्यालय स्थित ब्लॉक मोड़ के समीप गुरुवार को प्रशासन और पुलिस की...
स्कूल में प्रधानाध्यापिका गायब, बच्चों के भोजन पर भी सवाल जिला परिषद के निरीक्षण में तारापुर प्राथमिक विद्यालय की व्यवस्था को बताया कटघरे में।
मनोरंजन साहा (बारसोई) बारसोई जिला परिषद क्षेत्र संख्या-26 के पंचायत शिवनंदपुर स्थित तारापुर प्राथमिक विद्यालय में जिला परिषद सदस्य गुलजार...
जनसंपर्क अभियान चलाकर सदर विधायक तारकिशोर प्रसाद ने सुनीं लोगों की समस्याएं
डेस्क (हसनगंज) हसनगंज प्रखंड क्षेत्र के हसनगंज, कवैया, तिनगछिया सहित विभिन्न गांवों में पूर्व उपमुख्यमंत्री सह सदर विधायक तारकिशोर प्रसाद...
